আৰক্ষীৰ গুলীত আহত ম’ষ্ট ৱান্টেড বিমান

চাবুৱাৰ কাজিখোৱাত গুলীচালনাৰ ঘটনা।আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ডকাইত বিমান বৰা।৫০ টাতকৈও অধিক ডকাইতি আৰু অপহৰণ কাণ্ডত জড়িত বিমান বৰা।শিমলুগুৰিৰ গুঞ্জন শৰ্মাৰ অপহৰণ কাণ্ডতো জড়িত আছিল ডকাইতটো।সম্প্ৰতি AMCHত চিকিৎসাধীন আহত ডকাইতটো।মঙলবাৰে নিশা গুলীচালনা সংঘটিত হোৱা ঘটনাস্থলীৰ পৰা পিষ্টল সহ সজীৱ গুলী উদ্ধাৰ।।

You might also like
Leave A Reply

Your email address will not be published.