ইজৰাইলৰ বীৰছেবা চহৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ!

দক্ষিণ ইজৰাইলৰ বীৰছেবা চহৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ ।সন্দেহজনক সন্ত্ৰাসবাদীৰ ছুৰিকাঘাটত নিহত হয় ৪জনকৈ লোক । ইফালে আক্ৰমণকাৰীটোক গুলীয়াই হত্যা এজন বাছ চালকৰ । প্ৰথমে এটা পেট্ৰল পাম্পত এগৰাকী মহিলাক ছুৰিকাঘাট ,দ্বিতীয়তে এজন চাইকেল আৰোহীক গাড়ীৰে মহতীয়ালে সন্ত্ৰাসবাদীয়ে ,এখন শ্বপিংমলত বহুলোকক আক্ৰমণ সন্ত্ৰাসবাদীৰ সমান্তৰালভাৱে চহৰখনৰ ৰাজপথটো সাধাৰণ জনতাক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ দৃশ্য ভাইৰেল সামাজিক মাধ্যমত ।দক্ষিণ ইজৰাইৰল বীৰছেবাত চলিত সপ্তাহৰ এয়া তৃতীয়টো আক্ৰমণ সন্ত্ৰাসবাদীৰ ।

You might also like
Leave A Reply

Your email address will not be published.