ইটালীৰ দখলত ইউৰো কাপ

Soccer Football - Euro 2020 - Semi Final - Italy v Spain - Wembley Stadium, London, Britain - July 6, 2021 Italy players celebrate after winning the penalty shoot-out Pool via REUTERS/Carl Recine

ইউৰো কাপত অন্তিম হাঁহি ইটালীৰ। নিশা অনুষ্ঠিত চূড়ান্ত খেলখনত টাইব্ৰেকাৰৰ সহায়ত ঘৰুৱা দল ইংলেণ্ডক ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে ইটালীয়ে। খেলৰ আৰম্ভণিৰ ২ মিনিটতে প্ৰথম গ’লটো ইংলেণ্ডে দিছিল যদিও ৬৭ মিনিটত ইটালীয়ে সমতা স্থাপন কৰিবলৈ সক্ষম হয়।ইয়াৰ পাছত অন্তিম ৯০ মিনিটলৈকে আনকি অতিৰিক্ত সময়তো কোনো এটা দলে গ’ল কৰিবলৈ সক্ষম নোহোৱা শ্বাসৰুদ্ধকৰ খেলখনত অবশেষত পেনাল্টিৰ আশ্ৰয় ল’ব লগা হয়।।

উল্লেখযোগ্য যে ১৯৬৬ চনৰ পৰাই ঘৰুৱা দল ইংলেণ্ডে ইউৰো কাপৰ ফাইনেলতেই উপনিত হ’ব পৰা নাছিল। এইবেলিও ছেমিফাইনেলত ডেনমাৰ্কক বিতৰ্কৰ মাজেৰেহে পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল ইংলেণ্ড।।

You might also like
Leave A Reply

Your email address will not be published.