উচ্ছেদক লৈ ৰক্তাক্ত ছিপাঝাৰৰ ধলপুৰ

ছিপাঝাৰৰ ধলপুৰত উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতি। উচ্ছেদত বাধাপ্ৰদানকাৰী শ-শ জনতাক চত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ শুন্যলৈ গুলীচালনা।আৰক্ষীৰ গুলীত নিহত দুই বেদখলকাৰী। দা-লাঠি ইটাৰে আৰক্ষীক আক্ৰমণ প্ৰতিবাদকাৰীৰ। উচ্ছেদিতৰ দাৰ ঘাপত আহত আৰক্ষী। ঘৰ জলাই প্ৰতিবাদ উচ্ছেদিতৰ। আৰক্ষীৰ গুলীত গুলীবিদ্ধ একাধিক প্ৰতিবাদকাৰী। আহতসকলক মঙলদৈ অসামৰিক চিকিতসালয়ত ভৰ্তি।।

You might also like
Leave A Reply

Your email address will not be published.