উপায়ুক্তলৈ দিছপুৰৰ বিধায়কৰ চাঞ্চল্যকৰ পত্ৰখন!

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তলৈ দিছপুৰৰ বিধায়ক অতুল বৰাৰ চাঞ্চল্যকৰ অভিযোগ পত্ৰ। গৰুখুঁটিত উচ্ছেদৰ কথা জানিব পাৰি সন্দেহযুক্ত নাগৰিকেৰে কেইদিনমানৰ ভিতৰতে ভৰি পৰিছে দিছপুৰ সমষ্টিৰ বিভিন্ন স্থান।অচিৰেই ব্যৱস্থা ন’ললে ভয়ংকৰ পৰিস্থিতিৰ আশংকা।

You might also like
Leave A Reply

Your email address will not be published.