উৎকৃষ্ট সেৱাৰ স্বীকৃতি

▶️অসমৰ ৪ গৰাকী আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উৎকৃষ্ট সেৱাৰ পদক

▶️অনুসন্ধান মূলক উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে আগবঢ়োৱা হৈছে এই পদক

▶️CIDৰ জেষ্ঠ্য আৰক্ষী অধীক্ষক বিবেকানন্দ দাসলৈ পদক

▶️শোণিতপুৰৰ উপ-আৰক্ষী অধীক্ষক ড০ ৰশ্মিৰেখা শৰ্মালৈ পদক

▶️যোৰহাটৰ উপ-পৰিদৰ্শক দীপাংকৰ গগৈলৈ এই পদক

▶️CIDৰ পৰিদৰ্শক সুকুমাৰ সিনহালৈ আগবঢ়োৱা হৈছে পদক।।

You might also like
Leave A Reply

Your email address will not be published.