ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত উন্নত হৈছে ক’ভিডৰ পৰিস্থিতি। বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ৭০০ গৰাকী লোক। মৃত্যু ১০ আক্ৰান্তৰ। মু্ঠ আক্ৰান্তৰ ১৬৫ গৰাকী কামৰূপ মহানগৰ জিলাৰ। বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ ০.৭৪ ।

আনহাতে দেশত কমিছে কোভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্ত হৈছে ১১,৩৮৫ গৰাকী। মৃত্যু হৈছে ২৬৭ গৰাকী ৰোগীৰ।।

You might also like
Leave A Reply

Your email address will not be published.