ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত কিছু উন্নত হৈছে ক’ভিড পৰিস্থিতি। বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ৫৬২ গৰাকী লোক। মৃত্যু ১১ আক্ৰান্তৰ। মু্ঠ আক্ৰান্তৰ ১১৫ গৰাকী কামৰূপ মহানগৰ জিলাৰ। বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ ০.৬৯ ।

আনহাতে দেশত কমিছে কোভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্ত হৈছে ৪৪,৫৪৩ গৰাকী। মৃত্যু হৈছে ৪৯৩ গৰাকী ৰোগীৰ।।

You might also like
Leave A Reply

Your email address will not be published.