ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত উন্নত হৈছে ক’ভিড পৰিস্থিতি। বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ২৯৩ গৰাকী লোক। মৃত্যু ৪ আক্ৰান্তৰ। মু্ঠ আক্ৰান্তৰ ৭৪ গৰাকী কামৰূপ মহানগৰ জিলাৰ। বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ ০.৭৪ । বৰ্তমান ৰাজ্যত সুস্থতাৰ হাৰ ৯৪.৮৪ শতাংশ।

আনহাতে দেশত পুনৰ বৃদ্ধি পাইছে কোভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্ত হৈছে ৪৫,০৮৩ গৰাকী। মৃত্যু হৈছে ৪৬০ গৰাকী ৰোগীৰ।।

You might also like
Leave A Reply

Your email address will not be published.