ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ হাৰ। বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত ৫৫৪ গৰাকী। ক’ভিডত আক্ৰান্ত হৈ মৃত্যু ৬ গৰাকীৰ। মুঠ আক্ৰান্তৰ ১৫৭ গৰাকী কামৰূপ মহানগৰ জিলাৰ। বিগত ২৪ ঘণ্টাত সুস্থতাৰ হাৰ ৯৭.৮৯% আৰু আক্ৰান্তৰ হাৰ ০.৬৬%।
বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্ত হৈছে ৪৫,৬২৪ গৰাকী আৰু মৃত্যু ৩৫৫ গৰাকীৰ।।

You might also like
Leave A Reply

Your email address will not be published.