ক’ভিড আপডেট

নিউজ ডেস্ক-


ৰাজ্যত ০.৮৭ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ৩২১ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৬ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৮৪ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৩৯,৫১৭ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ২১৮ জন।

You might also like
Leave A Reply

Your email address will not be published.