নিউজ ডেস্ক-
ৰাজ্যত ০.৬৫ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ৪২৭ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৪ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১০১ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৪৩,৪০১ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৩৩৯ জন।।