নিউজ ডেস্ক-
ৰাজ্যত ০.৬৫ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ৩৬৫ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৯৭ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৩১,১২১ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৩০৬ জন।।