ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা । বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ২৫৯ গৰাকী । মৃত্যু ৭ গৰাকী । মুঠ আক্ৰান্তৰ ৭৪ গৰাকী কামৰূপ মহানগৰ জিলাৰ। পজিটিভিটিৰ হাৰ ০.৯২% ।

আনহাতে বিগত ২৪ ঘন্টাত দেশত আক্ৰান্তৰ সংখ্যা ৩০,৮০০ । মৃত্যু ৯৭ গৰাকীৰ।।
You might also like
Leave A Reply

Your email address will not be published.