ক’ভিড আপডেট


নিউজ ডেস্ক-

ৰাজ্যত ০.৬৫ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ৪৪১ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৬ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১২৯ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ২৭,৩২৩ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৩৮৫ জন।।

You might also like
Leave A Reply

Your email address will not be published.