ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ । বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ৩৬৬ গৰাকী । মৃত্যু ৭ গৰাকীৰ । মুঠ আক্ৰান্তৰ ১০৮ গৰাকী কামৰূপ মহানগৰ জিলাৰ। আক্ৰান্তৰ হাৰ ০.৭২% ।

আনহাতে বিগত ২৪ ঘন্টাত দেশত আক্ৰান্তৰ সংখ্যা ২৩,১৩৭ । মৃত্যু ৩০৯ গৰাকীৰ।। 
You might also like
Leave A Reply

Your email address will not be published.