ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত অব্যাহত আছে কোভিডৰ সংক্ৰমণ। বিগত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত হৈছে ৩৩৩ গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ৬৯ গৰাকী কামৰূপ মহানগৰৰ। মৃত্যু হৈছে ৯গৰাকী আক্ৰান্তৰ। সুস্থতাৰ হাৰ ৯৮.৩৩ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত হৈছে ২০,৭৯৯ গৰাকী লোক। মৃত্যুমুখত পৰিছে ১৮০ কোভিড আক্ৰান্ত।।

You might also like
Leave A Reply

Your email address will not be published.