নিউজ ডেস্ক-
ৰাজ্যত ০.৬৮ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ৩০০ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৬ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৬৯ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ২২,৬০৫ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৩১৫ জন।।