ক’ভিড আপডেট

নিউজ ডেস্ক—

ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে ক’ভিড সংক্ৰমণ। বৃহস্পতিবাৰে ক’ভিডত আক্ৰান্ত হৈছে ২৯৫গৰাকী লোক। ইয়াৰে ৯২গৰাকী কামৰূপ মহানগৰ জিলাৰ। মৃত্যু হৈছে ৮ ৰাকী ক’ভিড আক্ৰান্তৰ। বিগত ২৪ ঘন্টাত আক্ৰান্তৰ হাৰ ০.৬৫ শতাংশ।

আনহাতে ক’ভিডত আক্ৰান্তৰ সংখ্যা ২২,৪৩১ গৰাকী। মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৩১৮ গৰাকী। আক্ৰান্তৰ হাৰ ০.৭৩শতাংশ।।

You might also like
Leave A Reply

Your email address will not be published.