ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত অব্যাহত আছে কোভিডৰ সংক্ৰমণ। বিগত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত হৈছে ২৭০ গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ১০৪ গৰাকী কামৰূপ মহানগৰৰ। মৃত্যু হৈছে ৫গৰাকী আক্ৰান্তৰ। আক্ৰান্তৰ হাৰ ০.৫৮ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত হৈছে ১৩,১৮৩ গৰাকী লোক। মৃত্যুমুখত পৰিছে ১৭৭ কোভিড আক্ৰান্ত।।

You might also like
Leave A Reply

Your email address will not be published.