নিউজ ডেস্ক-
ৰাজ্যত ০.৭৮ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২২৬ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৩ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৭৬ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ১৬,০২০ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ২২৯ জন।।