ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ । বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ১৭৫ গৰাকী । মৃত্যু ২ গৰাকীৰ ।

আনহাতে বিগত ২৪ ঘন্টাত দেশত আক্ৰান্তৰ সংখ্যা ১৯,১৭৭ । মৃত্যু ২৪৯ গৰাকীৰ।
You might also like
Leave A Reply

Your email address will not be published.