ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত পুনৰ বৃদ্ধি ক’ভিডৰ সংক্ৰমণ । বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ২০৫ গৰাকী । মৃত্যু ৬ গৰাকীৰ । আক্ৰান্তৰ হাৰ ১.০৬ % । মুঠ আক্ৰান্তৰ ৬৮ গৰাকী কামৰূপ মহানগৰ জিলাৰ।

আনহাতে বিগত ২৪ ঘন্টাত দেশত আক্ৰান্তৰ সংখ্যা ১৪,২৮৪ । মৃত্যু ১৬৫ গৰাকীৰ।।
You might also like
Leave A Reply

Your email address will not be published.