নিউজ ডেস্ক-
ৰাজ্যত ০.৭৪ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২৯৮ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৭ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১০৩ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ১২,৩৩৬ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ১৬৪ জন।।