ক’ভিড আপডেট

নিউজ ডেস্ক-


ৰাজ্যত ০.৮৯ শতাংশলৈ বাঢ়িল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ৩৫৩ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ০ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৫২ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ১৪,৯৩৩ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ১৯৯ জন।।

You might also like
Leave A Reply

Your email address will not be published.