ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত পুনৰ বৃদ্ধি ক’ভিডৰ সংক্ৰমণ । বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ৩০৮ গৰাকী । মৃত্যু এগৰাকীৰ । আক্ৰান্তৰ হাৰ ০.৭৮ % । মুঠ আক্ৰান্তৰ ১০৯ গৰাকী কামৰূপ মহানগৰ জিলাৰ।

আনহাতে বিগত ২৪ ঘন্টাত দেশত আক্ৰান্তৰ সংখ্যা ১৮,৩৫৭ । মৃত্যু ১৬০ গৰাকীৰ।।
You might also like
Leave A Reply

Your email address will not be published.