নিউজ ডেস্ক, এন ই ভাৰত-
ৰাজ্যত সামান্য উন্নত ক’ভিড পৰিস্থিতি। ক্ৰমাৎ হ্ৰাস পাইছে সংক্রমণ আৰু মৃত্যুৰ হাৰ। ৰাজ্যত কৰ’নাত এটা দিনত মৃত্যু ঘটিছে ৪৪ জনৰ। ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৩,৭৮১ জনকৈ লোক। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ২৭৬ জন লোক। আক্ৰান্তৰ হাৰ ৩.২৬ শতাংশ। আনহাতে দেশত ক্ৰমে তললৈ নামিছে সংক্রমণ। ২৪ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ১,১৪,৪১৫ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ২,৬৮১।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
You might also like