নিউজ ডেস্ক-
ৰাজ্যত বৃদ্ধি ক’ভিডৰ সংক্ৰমণ । বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ৩২৪ গৰাকী । মৃত্যু ৩ গৰাকীৰ । আক্ৰান্তৰ হাৰ ০.৮১ % । মুঠ আক্ৰান্তৰ ৮৮ গৰাকী কামৰূপ মহানগৰ জিলাৰ।
আনহাতে বিগত ২৪ ঘন্টাত দেশত আক্ৰান্তৰ সংখ্যা ১৬,০৩৫ । মৃত্যু ৫৫৯ গৰাকীৰ।। Recover your password.
A password will be e-mailed to you.
নিউজ ডেস্ক-
ৰাজ্যত বৃদ্ধি ক’ভিডৰ সংক্ৰমণ । বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ৩২৪ গৰাকী । মৃত্যু ৩ গৰাকীৰ । আক্ৰান্তৰ হাৰ ০.৮১ % । মুঠ আক্ৰান্তৰ ৮৮ গৰাকী কামৰূপ মহানগৰ জিলাৰ।
আনহাতে বিগত ২৪ ঘন্টাত দেশত আক্ৰান্তৰ সংখ্যা ১৬,০৩৫ । মৃত্যু ৫৫৯ গৰাকীৰ।। NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post