নিউজ ডেস্ক-
ৰাজ্যত ০.৬৫ শতাংশলৈ বাঢ়িল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ৩২৬ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৫ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১০৪ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ১১,৮১৬ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৩৫৭ জন।।