ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত বাঢ়িয়েই আছে ক’ভিডৰ ভয়াবহ সংক্ৰমণ। শুকুৰবাৰৰ দিনটোত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৩২২ গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ১১২গৰাকী কামৰূপ মহানগৰৰ। মৃত্যু হৈছে ৩ গৰাকী আক্ৰান্তৰ। পজিটিভিটীৰ হাৰ ০.৭৩ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ১৪,৩৪৮ গৰাকী লোক। মৃত্যুমুখত পৰিছে ৮০৫ ক’ভিড আক্ৰান্ত। সুস্থতাৰ হাৰ ৯৮.১৯শতাংশ।।

You might also like
Leave A Reply

Your email address will not be published.