ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ । দেওবাৰৰ দিনটোত ক’ভিডত আক্ৰান্ত হৈছে ২১২ গৰাকী লোক । বিগত ২৪ ঘন্টাত এগৰাকী আক্ৰান্তৰ মৃত্যু হৈছে । মুঠ আক্ৰান্তৰ ৯৬ গৰাকী ব্যক্তি কামৰূপ মহানগৰ জিলাৰ। আক্ৰান্তৰ হাৰ ১.৪১% ।

আনহাতে বিগত ২৪ ঘন্টাত দেশত আক্ৰান্ত হৈছে ১২,৯০৭ গৰাকী । আনহাতে মৃত্যু ২৫১ গৰাকী ব্যক্তিৰ ।
You might also like
Leave A Reply

Your email address will not be published.