ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত বাঢ়িয়েই আছে কোভিডৰ ভয়াবহ সংক্ৰমণ। সোমবাৰৰ দিনটোত নতুনকৈ কোভিডত আক্ৰান্ত হৈছে ২৯৬ গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ১১৬গৰাকী কামৰূপ মহানগৰৰ। মৃত্যু হৈছে ৭ গৰাকী আক্ৰান্তৰ। পজিটিভিটীৰৰ হাৰ ০.৭০ শতাংশ। ৰাজ্যত সুস্থতাৰ হাৰ ৯৮.৪২ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত হৈছে ১২,৫১৪ গৰাকী লোক। মৃত্যুমুখত পৰিছে ২৫১ কোভিড আক্ৰান্ত। সুস্থতাৰ হাৰ ৯৮.২০ শতাংশ। পজিটিভিটীৰৰ হাৰ ০.৪৬ শতাংশ।।

You might also like
Leave A Reply

Your email address will not be published.