ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ গণসংক্ৰমণ ।শুক্ৰবাৰৰ দিনটোত ক’ভিডত আক্ৰান্ত হৈছে ২৩৯ গৰাকী লোক । বিগত ২৪ ঘন্টাত ৫ গৰাকী আক্ৰান্তৰ মৃত্যু হৈছে । মুঠ আক্ৰান্তৰ ১১০ গৰাকী ব্যক্তি কামৰূপ মহানগৰ জিলাৰ। আক্ৰান্তৰ হাৰ ০.৬৮ % । বিগত দিনটোত সুস্থতাৰ হাৰ ৯৮.৪৫% ।

আনহাতে বিগত ২৪ ঘন্টাত দেশত আক্ৰান্ত হৈছে ১২,৭২৯ গৰাকী । আনহাতে মৃত্যু ২২১ গৰাকী ব্যক্তিৰ ।
You might also like
Leave A Reply

Your email address will not be published.