ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত কিছু হ্ৰাস পাইছে ক’ভিডৰ সংক্ৰমণ। দেওবাৰৰ দিনটোত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ১৩৭ গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ৭৭গৰাকী কামৰূপ মহানগৰৰ। মৃত্যু হৈছে ২ গৰাকী আক্ৰান্তৰ। পজিটিভিটীৰৰ হাৰ ০.৭২ শতাংশ। ৰাজ্যত সুস্থতাৰ হাৰ ৯৮.৪৮ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ১০,৮৫৩ গৰাকী লোক। মৃত্যুমুখত পৰিছে ৫২৬ ক’ভিড আক্ৰান্ত। সুস্থতাৰ হাৰ ৯৮.২৪ শতাংশ। পজিটিভিটীৰৰ হাৰ ১.১৮ শতাংশ।।

You might also like
Leave A Reply

Your email address will not be published.