ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। বুধবাৰৰ দিনটোত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ২৬৩ গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ১২১গৰাকী কামৰূপ মহানগৰৰ। মৃত্যু হৈছে ১ গৰাকী আক্ৰান্তৰ। আক্ৰান্তৰ হাৰ ০.৬৯ শতাংশ। ৰাজ্যত সুস্থতাৰ হাৰ ৯৮.৪৮ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ১১,৪৬৬ গৰাকী লোক। মৃত্যুমুখত পৰিছে ৪৬০ ক’ভিড আক্ৰান্ত। পজিটিভিটীৰৰ হাৰ ০.৯০ শতাংশ।।

You might also like
Leave A Reply

Your email address will not be published.