নিউজ ডেস্ক-
ৰাজ্যত ০.৬৩ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২৫১ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৭ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৩০ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ১৩,০৯১ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৩৪০ জন।।