ক’ভিড আপডেট

নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ কোভিডত আক্ৰান্ত হৈছে ৩ গৰাকী লোক। যোৱা ২৪ ঘণ্টাত এজনো কোভিড আক্ৰান্তৰ মৃত্যু হোৱা নাই । পজিভিটিৰ হাৰ ০.১৯ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৯৮ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ২৫২৮ গৰাকী। মৃত্যুমুখত পৰিছে ১৪৯ জন লোক। পজিভিটিৰ হাৰ ০.৪০ শতাংশ

You might also like
Leave A Reply

Your email address will not be published.