ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত


ৰাজ্যত অব্যাহত কভিড সংক্রমণ । ৰাজ্যত কৰ’নাত এটা দিনত মৃত্যু ঘটিছে ৩৩ জনৰ। ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৩,৭০৬ জনকৈ লোক। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৬৯ জন লোক। আক্ৰান্তৰ হাৰ ২.১৬ শতাংশ। সুস্থ হৈ ঘৰলৈ উভতিছে ৪,৮৩৫। আনহাতে দেশত দিনক দিনে হ্ৰাস পাইছে সংক্রমণ আৰু মৃত্যুৰ হাৰ। দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৬০,৭৫৩ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ১,৬৪৭। সুস্থ হৈ ঘৰলৈ উভতা ৰোগীৰ সংখ্যা ৯৭,৭৪৩।

You might also like
Leave A Reply

Your email address will not be published.