ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত


সুখবৰ!ৰাজ্যত ২ শতাংশৰ তললৈ নামিল সংক্রমণৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২,৮০৫ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৩৫ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৫৮ জন লোক। আক্ৰান্তৰ হাৰ ১.৬৪ শতাংশ। আনহাতে দেশত ৯১ দিনৰ ভিতৰত সৰ্বনিম্ন দৈনিক সংক্রমণ। দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৪২,৬৪০ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ১,১৬৭।এদিনত সুস্থ হৈ উঠিছে ৮১,৮৩৯।

You might also like
Leave A Reply

Your email address will not be published.