ক’ভিড আপডেট

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত


সুখবৰ!ৰাজ্যত ১.৮৮ শতাংশলৈ নামিল সংক্রমণৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২,৮৬৯ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৩৭ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৯৮ জন লোক। আক্ৰান্তৰ হাৰ ১.৬৪ শতাংশ। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৫০,৮৪৮ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ১,৩৫৮।এদিনত সুস্থ হৈ উঠিছে ৬৮,৮১৭।

You might also like
Leave A Reply

Your email address will not be published.