ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত


সুখবৰ!ৰাজ্যত ১.৬৪ শতাংশলৈ নামিল সংক্রমণৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২,৭২৮ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৩০ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৮৭ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৫৪,০৬৯ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ১,৩২১।এদিনত সুস্থ হৈ উঠিছে ৬৮,৮৮৫।

You might also like
Leave A Reply

Your email address will not be published.