ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত


ৰাজ্যত এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২,৭৮১ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৩৪ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৬২ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৫১,৬৬৭ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ১,৩২৯।এদিনত সুস্থ হৈ উঠিছে ৬৪,৫২৭।

You might also like
Leave A Reply

Your email address will not be published.