ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত

ৰাজ্যত অব্যাহত আছে ক’ৰণা সংক্ৰমণ আৰু মৃত্যুৰ হাৰ। বিগত ২৪ ঘন্টাত ৰাজ্যত আক্ৰান্ত হৈছে ২,৬৪০ গৰাকী । আনহাতে মৃত্যু ৩৩ গৰাকীৰ। মুঠ আক্ৰান্তৰ ১৭২ গৰাকী গুৱাহাটী মহানগৰীৰ। বিগত ২৪ ঘন্টাত ১,২৭,৮৮৭ গৰাকী ব্যক্তিৰ ক’ৰণা পৰীক্ষা কৰা হৈছিল। ৰাজ্যত আক্ৰান্তৰ হাৰ ২.০৬ শতাংশ।

দেশত দৈনিক হ্ৰাস পাইছে সংক্ৰমণ আৰু মৃত্যুৰ হাৰ। বিগত ২৪ ঘন্টাত দেশত আক্ৰান্ত হৈছে ৪৮,৬১৯ গৰাকী আৰু মৃত্যু ১,১৮৩ গৰাকীৰ। সুস্থ হৈ ঘৰলৈ উভতিছে ৬৪,৮১৮ গৰাকী।।

You might also like
Leave A Reply

Your email address will not be published.