ক’ভিড আপডেট

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৬৮ গৰাকী লোক। আক্ৰান্ত সকলৰ ৬ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ৯ গৰাকী দৰং জিলাৰ, ১০ গৰাকী
শিৱসাগৰ জিলাৰ, ৬ গৰাকী ডিব্ৰুগড় জিলাৰ, ৬ গৰাকী নগাঁও জিলাৰ আৰু ৬ তিনিচুকীয়া জিলাৰ। যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ২.২৬ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৩ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৭,৯৪৬ গৰাকী । পজিটিভিটিৰ হাৰ ২.৯৮ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৬৭ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৬২,৭৪৮ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.