ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত-


ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কভিড সংক্ৰমণ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২,৪৭৯ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৩০ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৩৭ জন লোক।সুস্থ হৈ ঘৰলৈ ওভতিছে ৩,০৫৩ পজিটিভিটিৰ হাৰ ২.৭১ শতাংশ। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৪৮,৪১৫ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৯৮৮।

You might also like
Leave A Reply

Your email address will not be published.