ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত


ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কভিড সংক্ৰমণ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২,৬৬৯ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৩৮ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৭৬ জন লোক।সুস্থ হৈ ঘৰলৈ ওভতিছে ৩,০৫৩ পজিটিভিটিৰ হাৰ ১.৯৮ শতাংশ। আনহাতে দেশত ক্ৰামান্বয়ে হ্ৰাস পাইছে সংক্ৰমণ। ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৪৬,৩০৮ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৮৪৩।

You might also like
Leave A Reply

Your email address will not be published.