ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত


ৰাজ্যত অব্যাহত ক’ভিড সংক্ৰমণ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২,৩৭৫ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২৮ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৬৮ জন লোক।সুস্থ হৈ ঘৰলৈ ওভতিছে ২,৫২৪ পজিটিভিটিৰ হাৰ ১.৭৭ শতাংশ। আনহাতে দেশত ক্ৰামান্বয়ে হ্ৰাস পাইছে সংক্ৰমণ। ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৪২,৭৫১ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৯৩২।

You might also like
Leave A Reply

Your email address will not be published.