ক’ভিড আপডেট


নিউজ ডেস্ক, এন ই ভাৰত

ৰাজ্যত অব্যাহত ক’ভিডৰ সংক্ৰমণ ,হ্ৰাস পাইছে মৃতকৰ সংখ্যা। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ১,২১৩ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২০ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৪০ জন লোক।সুস্থ হৈ ঘৰলৈ ওভতিছে ২,৭৭৫ পজিটিভিটিৰ হাৰ ২.২৫ শতাংশ। আনহাতে দেশত ক্ৰামান্বয়ে হ্ৰাস পাইছে সংক্ৰমণ। ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৪০,১১১ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৭২৫।

You might also like
Leave A Reply

Your email address will not be published.