ক’ভিড আপডেট

নিউজ ডেস্ক,এন ই ভাৰত

এটা সুখবৰ। দেশত দৈনিক কোৰোনাত আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। বিগত ২৪ ঘণ্টাত দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৯,৭৯৬ গৰাকী। কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৭২৩ গৰাকী ব্যক্তি। কোৰোনাৰ পৰা সুস্থ হৈ গৃহলৈ উভটি যোৱা ব্যক্তিৰ সংখ্যা ৪২,৯৫২ গৰাকী।

অসমত বিগত ২৪ ঘন্টাত সামান্য বৃদ্ধি কোভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ২,৬৪০ গৰাকী। ইয়াৰ বিপৰীতে মৃত্যুমুখত পৰিছে ৩১ গৰাকী। গুৱাহাটী মহানগৰত আক্ৰান্ত হৈছে ১৯৭ গৰাকী। বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ ২.২৭ শতাংশলৈ বৃদ্ধি।

You might also like
Leave A Reply

Your email address will not be published.