ক’ভিড আপডেট

নিউজ ডেস্ক-


ৰাজ্যত ১.০১ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ১,২৯৯ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২০ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৮৪ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৪৬,৬৬৭ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৫৪৯ জন।।

You might also like
Leave A Reply

Your email address will not be published.